ব্যক্তিগত তথ্য

  • নাম: দেৱজিৎ বৰা
  • পিতা: প্ৰয়াত তুলসী বৰা
  • মাতা: প্ৰয়াত মুনমণি বৰা

জন্মস্থানৰ ঠিকনা

  • অভিত কুটীৰ
  • দিঘলীপাম চক
  • কলমবাৰীয়া গাঁও
  • ডাক: পৰঘাটীয়া
  • যোৰহাট, অসম
  • পিন: ৭৮৫০১৫

পূৰ্বৰ কৰ্মস্থান

  1. উপ-সম্পাদক আৰু চীফ ৰিপ’ৰ্টাৰ (যোৰহাট ব্যুৰো প্ৰতিনিধি), আমাৰ অসম (ডি. এল. পাব্লিকেচন), উত্তৰাবাৰী, গুৱাহাটী।
  2. সহকাৰী শিক্ষক, সঁহাৰি খুটীয়া উচ্চ মাধ্যমিক বিদ্যালয়, যোৰহাট।

বৰ্তমানৰ কৰ্মস্থান

  1. সহকাৰী সম্পাদক (প্ৰেছ/প্ৰচাৰ), অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী।
  2. গণমাধ্যম সমন্বয়ক, অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী।

শিক্ষাগত অৰ্হতা:

অসমীয়া সাহিত্যত স্নাতকোত্তৰ (ডিব্ৰুগড় বিশ্ববিদ্যালয়)

গৱেষণা:

বৰহি পাহাৰৰ জনগোষ্ঠী : এটি জনজাতিক অধ্যয়ন

অন্যান্য অৰ্হতা:

কম্পিউটাৰৰ এবছৰীয়া ডিপ্লমা

Follow Me